Showing posts with label TET ASSAM. Show all posts
Showing posts with label TET ASSAM. Show all posts

Friday, October 25, 2019

Assamese solved question answer

Assamese solved question answer::


১ ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?

উত্তৰ : ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

২) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্ট্ৰীয় দশম-একাদশ শতিকা মানত।

৩) প্ৰশ্ন : অসমৰ পুৰণি নামটি কি?

উত্তৰ : কামৰূপ (প্ৰাগজ্যোতিষপুৰ)

For Pedagogy Click here

৪) প্ৰশ্ন : প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰ : মাধৱ কন্দলি।

৫) প্ৰশ্ন : মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ : ৰাম সৰস্বতী।

৬) প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ : ভট্টদেৱ।

৭) প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ : পদ্মাৱতী দেৱফুকননী।

For English Click here

৮) প্ৰশ্ন : প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ : ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।

৯) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?

উত্তৰ : “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

১০) প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?

উত্তৰ : Oxford English Dictionary.

১১) প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?

উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

১২) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?

উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।

১৩) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?

উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

১৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

১৫) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?

উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।

১৬) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

১৭) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

১৮) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?

উত্তৰ : পাৰুল দাস (১৯৭৪ চন)

১৯) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?

উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।

২০) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : শ্ৰীধৰ কন্দলি।

২১) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?

উত্তৰ : সান্দিপনী।

২২) প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?

উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।

২৩) প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?

উত্তৰ : “পাদশিলা”।

২৪) প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

২৫) প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।

২৬) প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)

২৭) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।

২৮) প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : সূৰ্য কুমাৰ ভূঞা।

২৯) প্ৰশ্ন : কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?

উত্তৰ : ১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।

৩০) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?

উত্তৰ : জ্যোতি ভাৰতী।

৩১) প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়লতা দত্ত।

৩২) প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’

উত্তৰ : হীৰেণ ভট্টাচাৰ্য।

৩৩) প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?

উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

৩৪) প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।

৩৫) প্ৰশ্ন : ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?

উত্তৰ :চন্দ্ৰকুমাৰ আগৰৱালা।

৩৬) প্ৰশ্ন : প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

৩৭) প্ৰশ্ন : অ. ভা. উ. সা. সভা বুলিলে কি বুজা?

উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

৩৮) প্ৰশ্ন : বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্শ কোন?

উত্তৰ : ড° অমৰজ্যোতি চৌধুৰী।

৩৯) প্ৰশ্ন : ২০০৭ চনত চাপৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?

উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)

৪০) প্ৰশ্ন : ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।

৪১) প্ৰশ্ন : ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : ৰতন থিয়াম।

৪২) প্ৰশ্ন : ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

৪৩) প্ৰশ্ন : আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”।

৪৪) প্ৰশ্ন : অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?

উত্তৰ : অষ্ট্ৰিক জাতি।

৪৫) প্ৰশ্ন : বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?

উত্তৰ : ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।

৪৬) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?

উত্তৰ : লক্ষ্মীনথ বেজবৰুৱা।

৪৭) প্ৰশ্ন : অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?

উত্তৰ : ‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক – কৰুনাভিৰাম বৰুৱা।

৪৮) প্ৰশ্ন : ২০০৪ চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাইহত্যিক গৰাকী কোন?

উত্তৰ : হীৰেন্দ্ৰ নাথ দত্ত (গ্ৰন্থ : মানুহ অনুকূলে)।

৪৯) প্ৰশ্ন : ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?

উত্তৰ : লতা মংগেশকাৰ।

৫০) প্ৰশ্ন : ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

৫১) প্ৰশ্ন : ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?

উত্তৰ : মৃত্যুঞ্জয়।

৫২) প্ৰশ্ন : অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ : অৰুণোদয় (১৮৪৬) সম্পাদক – ড° নাথান ব্ৰাউন।

৫৩) প্ৰশ্ন : কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?

উত্তৰ : ৰেৱতী মোহন দত্ত চৌধুৰী।

৫৪) প্ৰশ্ন : সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ : বনফুল (১৯৫২), যতীন্দ্ৰ নাথ দুৱাৰা।

৫৫) প্ৰশ্ন : তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰিজীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন?

উত্তৰ : ৰজনী কান্ত বৰদলৈ।

৫৬) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?

উত্তৰ : সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।

৫৭) প্ৰশ্ন : বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?

উত্তৰ : দহিকতৰা আৰু কেতেকী।

৫৮) প্ৰশ্ন : ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?

উত্তৰ : নীলা বাইদেউ।

৫৯) প্ৰশ্ন : অসম সাহিত্য সভাৰ সভানেত্ৰী পদয় অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। ‘অলকানন্দা’ গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। কি নাম আছিল তেওঁৰ?

উত্তৰ : নলিনী বালা দেৱী।

৬০) প্ৰশ্ন : “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?

উত্তৰ : সত্যনাথ বৰাৰ।

৬১) প্ৰশ্ন : হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে?

উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়।

৬২) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?

উত্তৰ : মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।

৬৩) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?

উত্তৰ : গঙ্গাধৰ কায়স্থ।

৬৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?

উত্তৰ : চতুৰ্দশ শতিকাত ৰচিত হেমসৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’।

৬৫) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?

উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)

৬৬) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?

উত্তৰ : হেমচন্দ্ৰ গোস্বামী (প্ৰিয়তমাৰ চিঠি)

৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখন কি?

উত্তৰ : ‘অপদাৰ্থ (নৱকান্ত বৰুৱা ৰচিত)

৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখনৰ সম্পাদিকা কোন আছিল?

উত্তৰ : ১৯২৮ চনত প্ৰকাশিত – ঘৰজেউতি; সম্পাদিকা – কনকলতা চলিহা আৰু কমলালয়া কাকতি।

৬৯) প্ৰশ্ন : গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?

উত্তৰ : কুলেন্দু পাঠক সম্পাদিত ‘জিজ্ঞাস’।

৭০) প্ৰশ্ন : প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?

উত্তৰ : ‘প্ৰভাত’ (১৯১৫ চনত)। যোৰহাট নৰ্মাল স্কুলৰ পৰা।

৭১) প্ৰশ্ন : অসম সাহিত্য সভাৰ মিলেনিয়াৰ (২০০০ চন) প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হয়? অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ : ডিব্ৰুগড়ত; হোমেন বৰগোহাঞি।

ভাৰতীয় সাহিত্য

৭২) প্ৰশ্ন : “সীমাৰ মাঝে অসমী তুমি

বাজাও আপোন সুৰ

আমাৰ মাঝে তোমাৰ প্ৰকাশ

তাই এত মধুৰ”। - এই কবিতাফাঁকি কোন কবিৰ।

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৭৩) প্ৰশ্ন : “আইন-ই আকবৰী” কাৰ ৰচনা?

উত্তৰ : অবুল ফজলৰ।

৭৪) প্ৰশ্ন : মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰ : ইণ্ডিয়া উইনছ্‌ ফ্ৰিডম।

৭৫) প্ৰশ্ন : মেঘদূত কি?

উত্তৰ : মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক।

৭৬) প্ৰশ্ন : ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?

উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসু।

৭৭) প্ৰশ্ন : খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?

উত্তৰ : হিব্ৰু ভাষাত

৭৮) প্ৰশ্ন : আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?

উত্তৰ : বেদ।

৭৯) প্ৰশ্ন : “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?

উত্তৰ : নিউ ইণ্ডিয়া নিউজ।

৮০) প্ৰশ্ন : সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?

উত্তৰ : মহাকবি বাল্মীকিয়ে।

৮১) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ : আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)

৮২) প্ৰশ্ন : ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ : “বেংগল গেজেট” (১৭৮০ চনৰ ২৯ জানুৱাৰী)

৮৩) প্ৰশ্ন : বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?

উত্তৰ : কলহনৰ ৰাজ তৰংগিনী।

৮৪) প্ৰশ্ন : কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাতৰত বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে?

উত্তৰ : নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।

৮৫) প্ৰশ্ন : কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?

উত্তৰ : সুচেতা কৃপালনি।
৮৮) প্ৰশ্ন : কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?

উত্তৰ : গীতাঞ্জলি।

See more Click here


Collection from different source

Thursday, October 24, 2019

Pedagogy question answer for exam

Pedagogy solved question answers::



১) শিক্ষণ হ’ল এক বিৰতিহীন প্ৰক্ৰিয়া-

উত্তৰ: জন্মৰ পৰা মৃত্যুৰ আগমুহুৰ্তলৈ।

২)শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ’ব পাৰে-

উত্তৰ: আনুষ্ঠানিক ভাৱে আৰু অনানুষ্ঠানিক ভাৱে।

৩)শিক্ষণ প্ৰক্ৰিয়াই পৰিশোধন কৰিব পাৰে-

উত্তৰ: আচৰণৰ।

৪)আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকো বুলি শিকা খিনিকে কোৱা হয়-

উত্তৰ: সচেতন শিক্ষণ।

৫)শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ-

উত্তৰ: থৰ্ণডাইকে।

৬)শিক্ষণ কাৰ্যক এটা প্ৰধান অঙ্গ বোলা হয়-

উত্তৰ: জীৱনৰ।

৭)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-

উত্তৰ: ব্যক্তিগত প্ৰক্ৰিয়া।

৮) ‘শিক্ষণৰ অৰ্থ হ’ল আচৰণ সংশোধন’ কথাষাৰ কৈছিল-

উত্তৰ: উদৱৰ্থে।

৯)সকলোবোৰ জীৱৰেই শিক্ষণ ক্ষমতা-

উত্তৰ: সমান নহয়।

১০)শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে-

উত্তৰ: অভ্যাসে।

For English Click here

১১)শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল-

উত্তৰ: থৰ্ণডাইক।

১২)থৰ্ণডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল-

উত্তৰ: আমেৰিকাৰ।

১৩)শিক্ষণৰ প্ৰধান উপাদান-

উত্তৰ: তিনিটা।

১৪)শিক্ষণৰ মূল উপাদান হ’ল-

উত্তৰ: মনোবৈজ্ঞানিক উপাদান, দৈহিক উপাদান, পাৰিস্পাৰ্শিক উপাদান।

১৫)শিক্ষণৰ মূল নীতি সমূহ আগবঢ়াইছিল-

উত্তৰ: থৰ্ণডাইকে।

১৬)কৰ্মৰ অনুশীলন বা পুণৰাবৃত্তিয়ে শিক্ষণক স্থায়িত্ব প্ৰদান কৰে- নীতিটো মানি চলে শিক্ষণৰ-

উত্তৰ: অনুশীলনৰ নীতিয়ে।

১৭)শিক্ষণৰ অনুশীলনৰ নীতিৰ ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

For Assamese Click here

১৮)শিক্ষণৰ ভিত্তি হ’ল-

উত্তৰ: অভিৰোচন।

১৯)শিক্ষা ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ’ল-

উত্তৰ: ফলাফলৰ নীতি।

২০)সামগ্ৰিকতাবাদী সকলৰ মতে শিক্ষণৰ অন্ধ প্ৰচেষ্টা ত্যাগ কৰিব লাগে। কথাষাৰ-

উত্তৰ: সত্য।

২১)গেষ্টাল্ট মতবাদৰ সৈতে জড়িত মনোবিজ্ঞানী সকল হ’ল-

উত্তৰ: ৱাৰ্থিমাৰ, কহলাৰ, কফকা।

২২)শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আছিল-

উত্তৰ: পেভলভ।

২৩)পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা চলাইছিল-

উত্তৰ: কুকুৰৰ ওপৰত।

২৪)গেষ্টাল্ট শব্দটো প্ৰধানত:

উত্তৰ: জাৰ্মান শব্দ।

২৫)শিক্ষণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল-

উত্তৰ: থৰ্ণডাইক।

See more Click here

২৬)অন্তদৰ্শন পদ্ধতিৰ মূল ভেটি হ’ল-

উত্তৰ: সামগ্ৰিকতাবাদ তত্ত্ব।

২৭)ইংৰাজী Motivation শব্দটো আহিছিল-

উত্তৰ: লেটিন ভাষাৰ পৰা।

২৮)শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত্ত হ’ল-

উত্তৰ: অভিপ্ৰেৰণা।

২৯)আইভান পেভলভ এগৰাকী প্ৰ্খ্যাত মনোবিজ্ঞানী আছিল-

উত্তৰ: ৰাছিয়াৰ।

৩০)গেষ্টাল্ট শব্দৰ অৰ্থ-

উত্তৰ: সামগ্ৰিক।

৩১)শিক্ষণ প্ৰক্ৰিয়াটো হ’ল-

উত্তৰ: উদ্দেশ্যমূলক প্ৰক্ৰিয়া।

৩২)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিক বুদ্ধিবান মানুহৰ বাবে প্ৰয়োজনীয় নহয় বুলি কৈছিল-

উত্তৰ: সামগ্ৰিকতাবাদী সকলে।

৩৩)থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভূল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা যিমানে বাঢ়ি যায়, ভূলৰ মাত্ৰা-

উত্তৰ: সিমানে কমে।

৩৪)চাইকেল চলাবলৈ শিকা, সাঁতুৰিবলৈ শিকা আদিৰ লগত ব্যৱহাৰ প্ৰণিধানযোগ্য-

উত্তৰ: প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ।

৩৫)শিক্ষণক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে-

উত্তৰ: সামগ্ৰিকতাবাদে।

৩৬)সামগ্ৰিকতাবাদী সকলে উদ্ভাৱণ কৰা শিক্ষাৰ পদ্ধতিটো হ’ল-

উত্তৰ: অন্তদৰ্শন পদ্ধতি।

৩৭)সামগ্ৰিকতাবাদী সকলে তেওঁলোকৰ ধাৰণাক প্ৰমাণ কৰিবৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱা চিম্পাঞ্জীটোৰ নাম আছিল-

উত্তৰ: চুলতান।

৩৮)অনুবন্ধন বাদৰ জন্মদাতা আছিল-

উত্তৰ: পেভলভ।

৩৯)শিক্ষণৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ’ল-

উত্তৰ: দুই প্ৰকাৰৰ।

৪০)মৌলিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-

উত্তৰ: পেভলভ।

৪১)ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিস্কাৰক আছিল-

উত্তৰ: স্কীনাৰ।

৪২)বি.এফ.স্কীনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী-

উত্তৰ: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ।

৪৩)উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি S-R সংযোগসূত্ৰ অধিক কাৰ্যকৰী বুলি কৈছিল-

উত্তৰ: স্কীণাৰে।
৪৪)স্কীণাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ পৰীক্ষা চলাইছিল-

উত্তৰ: নিগনিৰ ওপৰত।

৪৫)আনক দেখি আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ’ল-

উত্তৰ: অনুকৰণ পদ্ধতি।

৪৬)অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৪৭)অনুকৰণ পদ্ধতিৰ ভাগ দুটা হ’ল-

উত্তৰ: সজ্ঞান আৰু অজ্ঞান অনুকৰণ।

৪৮)শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বুলি কোৱা হয়-

উত্তৰ: ফলাফলৰ নীতিক।

৪৯)শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি-

উত্তৰ: ফলাফলৰ নীতিক।

৫০)থৰ্ণডাইকৰ মতে শিকা কথাবোৰ ব্যৱহাৰ কৰি থাকিলেহে স্থায়ী হৈ ৰয়, অব্যৱহাৰৰ ফলত শিকা কথাবোৰ মনৰ পৰা-

উত্তৰ: বিস্মৃতিৰ গৰ্ভত পৰে।

৫১)মানুহে শিকা কথাবোৰৰ স্থায়ীত্ব নিৰ্ভৰ কৰে-

উত্তৰ: অনুশীলনৰ ওপৰত।

৫২)শিকিবলৈ শাৰিৰীক-মানসিকভাৱে সাজু হৈ থকাজনে সহজে শিকিব পাৰে- কথাষাৰে নিৰ্ভৰ কৰে-

উত্তৰ: প্ৰস্তুতিৰ নীতিক।

৫৩)অনিচ্ছুক সকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্ৰহী কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰা জনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়-

উত্তৰ: অভিৰোচন।

৫৪)শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়-

উত্তৰ: অভিৰোচক।

৫৫)শিক্ষকে শিক্ষাৰ্থী সকলক অভিৰোচিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ’ল-

উত্তৰ: ক)ভৱিষ্যত জীৱনৰ আশা প্ৰদ ছবি এখন দাঙি ধৰা,

খ)ডাঙৰ মানুহৰ ধাৰণা দিয়া,

গ)পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱহাৰ কৰা।

৫৬)শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক কৰাৰ সময়ত মন কৰিব লাগে-

উত্তৰ: ক)মানসিক পৰিক্কতাৰ ওপৰত,

খ)ব্যক্তি পাৰ্থক্যৰ ওপৰত,

গ)ছাত্ৰ-ছাত্ৰীৰ বয়সৰ ওপৰত।

৫৭)শিক্ষাৰ্থী সকলে এটা বিষয় শিকাৰ পিছতেই আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়ৰ বহুখিনি কথা পাহৰি যায়-

উত্তৰ: পশ্চাদমুখী অৱৰোধৰ বাবে।

৫৮)অতি শিক্ষণো-

উত্তৰ: পাহৰণিৰ কাৰণ।

৫৯) “শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে”- মতবাদটো আছিল-

উত্তৰ: ৰাইবাৰ্ণৰ।

Monday, October 21, 2019

Assam TET Assamese paper questions answer

Assam TET Assamese paper question answer:


১) অসমীয়া ভাষাই কেতিয়া ৰূপ পায়?

ক) দশম একাদশ শতিকা
খ) সপ্তম শতিকা
গ) ঊনবিংশ শতিকা
ঘ) পঞ্চদশ শতিকা

উত্তৰঃ ক) দশম একাদশ শতিকা।

২) অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

ক) তিব্বত বৰ্মী
খ) অষ্ট্ৰিক
গ) আৰ্য
ঘ) অনাৰ্য

উত্তৰঃ আৰ্য।

৩) ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা?

ক) তিনিটা
খ) পাঁচটা
গ) দুটা
ঘ) এটা

উত্তৰঃ ক) তিনিটা।

৪) উক্তি কেই প্ৰকাৰৰ?

ক) দুই
খ) তিনি
গ) চাৰি
ঘ) এক

উত্তৰঃ ক) দুই।

৫) "বাট" শব্দই কাক বুজায়?

ক) জন্তুৰ পিয়াহ
খ) এবিধ বেমাৰ
গ) এবিধ কটাৰী
ঘ) বাহন

উত্তৰঃ ক) জন্তুৰ পিয়াহ।

Also read Click here

৬) প্ৰত্যক্ষ শব্দৰ ক্ৰিয়াপদ অতীত কালৰ হলে পৰোক্ষ উক্তিৰ ক্ৰিয়া পদ কোন কালৰ হোৱা দৰকাৰ?

ক) ভৱিষ্যত কাল
খ) বৰ্তমান কাল
গ) অতীত কাল
ঘ) যি কোনো কাল

উত্তৰঃ অতীত কাল।

৭) ক্লীৱলিংগক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ'ল-

ক) নাগিনী
খ) গোলাপী
গ) কাড়লী
ঘ) এটাও নহয়

উত্তৰঃ গ) কাড়লী।

৮) মাতৃভাষাত লিখা এখন নোবেল বঁটা লাভ কৰা গ্ৰন্থ হ'ল-

ক) সাবিত্ৰী
খ) গীতাঞ্জলি
গ) মৃত্যুঞ্জয়
ঘ) গোড়া

উত্তৰঃ খ) গীতাঞ্জলি।

For pedagogy Click here

৯) মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে?

ক) সৌন্দৰ্য্য বোধ
খ) ৰুচিবোধ
গ) ভাতৃত্ববোধ
ঘ) হীনমান্যতা বোধ

উত্তৰঃ খ) ৰুচিবোধ।

১০) সংস্কৃতিৰ এবিধ অংগ কি?

ক) দেশ 
খ) ভৌগোলিক সীমা
গ) শিক্ষা
ঘ) ভাষা

উত্তৰঃ ভাষা।

See more Click here

**সংগ্ৰহ বিভিন্ন মাধ্যম**


Sunday, October 20, 2019

Assam TET English paper question answer

Assam TET English paper question answer



1. "Language acquisition can be automatically attained" this statement is favoured by

A) Congnitivists 
B) Behaviourist
C) Both A and B
D) None of the above

Ans. A) Congnitivists.

2. For a small child "words" are

A) An effective tool of communication
B) Best way to express feelings
C) Both A and B
D) None of the above

Ans. C) Both A and B.

3. What is the study of languages?

A) Morphemics
B) Phonetics
C) Semantics
D) Linguistics

Ans. D) Linguistics.

4. Which of the following belongs to productive skill

A) Reading
B) Listening
C) Speaking
D) Mimicry

Ans. C) Speaking.

5. Which of these is not an element of language?

A) Phonology
B) Grammar
C) Running
D) Semantics

Ans. A) Phonology.

Also see Click here to read more

6. How can a person correctly communicate?

A) Speaking
B) Email
C) Text message
D) All of the above



7. Most of our waking time goes in

A) Reading
B) Hearing
C) Speaking
D) Writing

Ans. C) Speaking.

8. Good listeners concentrate on

A) important words
B) minor details
C) the speaker's every word
D) the speaker's main thought

Ans. D) the speaker's main thought.

9) Communication is a part of

A) Soft skill
B) Hard skill
C) Rough skill
D) Tough skill

Ans. A) Soft skill.

10. The total administration time for the speaking test .is approximately

A) 20-22 minutes
B) 30-40 minutes
C) 3-4 minutes
D) 10-12 minutes

Ans. 10-12 minutes.

See more Click here

Saturday, October 19, 2019

Assam TET Pedagogy question answers

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ কিছু প্ৰশ্ন উত্তৰঃ


১) বিকাশ হ'ল-

উত্তৰঃ জীৱনজোৰা প্ৰক্ৰিয়া।

২) কৈশোৰ কালক শৈশৱ কালৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছিল-

উত্তৰঃ আৰ্ণেষ্ট জনাচ।

৩) অপসমাযোজনৰ এটা কাৰণ হ'ল-

উত্তৰঃ হতাশা আৰু সংঘাত।

৪) "Delinquency" শব্দটোৰ উৎপত্তি হৈছিল-

উত্তৰঃ লেটিন ভাষাৰ পৰা।

৫) অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল-

উত্তৰঃ আনুবংশীক,পৰিবেশীয়,ব্যক্তিগত।

Also read Click here for question answer

৬) মনোবিজ্ঞানী জেমছৰ মতে ব্যক্তিত্বৰ প্ৰধান শ্ৰেণী বিভাগ কেইটা?

উত্তৰঃ দুটা।

৭) ফৰাছী দাৰ্শনিক ৰুছোৰ মতে মানুহৰ বিকাশৰ স্তৰ কেইটা?

উত্তৰঃ চাৰিটা।

৮) অনুকৰণ পদ্ধতিক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ দুটা।

৯) অনুকৰণ পদ্ধতিৰ ভাগবোৰ কি কি?

উত্তৰঃ সজ্ঞান আৰু অজ্ঞান অনুকৰণ।

১০) শিক্ষণৰ ভিত্তি হ'ল-

উত্তৰঃ অভিৰোচন ।

See more Click here

Read more n more Here 👉

Friday, October 18, 2019

Assam TET QUESTIONS Answer

Assam geographical MCQ question answer::


1. What is the state tree of Assam?

a) Segun
b) Hollong
c) Bamboo
d) Neem

And:- b) Hollong

2.  Manas National Park falls in:

a) Baksa & Barpeta District
b) Chirang & Baksa District
c) Chirang & Bongaigaon District
d) Baksa & Bongaigaon District

And:- b) Chirang & Baksa District

3. Which of the following river doesn't originate in the hills of Arunachal

a) Dihing River
b) Kameng River
c) Dibang River
d) Kolong river

And:- d) Kolong river

4. What is the length of the river Brahmaputra in India?

a) 910 km
b) 915 km
c) 916 km
d) 918 km

Ans.. c) 916 km

5. In which district the “Sri Surya Pahar” is located

a) Dhubri
b) Goalpara
c) Darrang
d) Chirang

Ans. b) Goalpara

See also Assam TET questions answer UP TET

6. Which one is the highest peak in Assam ?

a) Nilachal Peak
b) Laike Peak
c) Patkai Peak
d) Kanduli Peak

Ans. b) Laike Peak

7.  When was Kaziranga inscribed as a UNSECO World Heritage site?

a) 1980
b) 1982
c) 1983
d) 1985

Ans. d) 1985

8.  Brahmaputra, after joining Tista river, is known as

a) Jamuna
b) Padma
c) Meghna
d) Dihang

Ans. a) Jamuna

9. Which forest is single-handedly planted by Jadav Payeng

a) Barnadi forest
b) Molai forest
c) Barail forest
d) Dihing forest

Ans. b) Molai forest

10. Total number of districts that are on the bank of Brahmaputra river is

a) 14
b) 18
c) 21
d) 25

Ans. c) 21

See  Assam gk for exam

11. The Bhupen Hazarika Setu (Dhola–Sadiya Bridge) is constructed over which river?

a) Brahmaputra
b) Barak
c) Dihang
d) Lohit

Ans. d) Lohit

12.  Which National Park in Assam is one of the last strongholds for the wild water buffalo?

a) Dibru-Saikhowa National Park
b) Manas National Park
c) Orang National Park
d) Kaziranga National Park

Ans. d) Kaziranga National Park

13. Which of the following is not among the major birds found in Assam?

a) Blue-throated Barbet
b) White Peafowl
c) Ring-tailed Fishing Eagle
d) White-winged Wood Duck

Ans. b) White Peafowl

14. Assam has common boundary with how many Indian states

a) 5 states
b) 6 states
c) 7 States
d) 8 States

Ans. b) 7 states

15. Which of is the largest wetland in Assam

a) Cahndubi Lake
b) Deepor Beel
c) Kumri Beel Lake
d) Sonbill Lake

Ans. d) Sonbill Lake

16. Which of the following is associated with Bordoichila in Assam?

a) Pre-monsoon season
b) Monsoon season
c) Retreating monsoon season
d) Winter season

Ans. a) Pre-monsoon season

17. The Gai, a tributary to Brahmaputra is situated between:

a) Dibang and Dihang
b) Dihang and Subansiri
c) Subansiri and Bharali
d) Bharali and Bornadi

Ans. b) Dihang and Subansiri

18. The Brahmaputra, Irrawady and Mekong rivers originate in Tibet and flow through narrow and parallel mountain ranges in their upper reaches. Of these rivers, Brahmaputra makes a “U” turn in its course to flow into India. This “U” turn is due to

a) Uplift of folded Himalayan series
b) Syntaxial bending of geologically young Himalayas
c) Geo-tectonic disturbance in the tertiary folded mountain chains
d) Both (a) and (b) above

Ans. b) Syntaxial bending of geologically young Himalayas

19. Which town is also known as the Manchester of Assam

a) Jorhat
b) Sualkuchi
c) Diphu
d) Digboi.

Ans. b) Sualkuchi

20. Which of the following places is the site of rain forest in Assam and in which District

a) Sonai Rupai (Sonitpur)
b) Joypur (Dibrugarh)
c) Sessa (Dibrugarh)
d) Manas (Kokrajhar)

Ans.  b) Joypur (Dibrugarh)

Collection by different site.


See more Click here

Also https://freejobalertms.blogspot.com/?m=1

Assam TET 2019 Science questions Answer



অসম টেট ২০১৯ ৰ উচ্চ প্ৰাথমিকৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ


১) ডপ্লাৰ ইফেক্ট (Doppler Effect) কিহৰ লগত জড়িত?

ক) পোহৰ (Light)
খ) ধ্বনি (Sound)
গ) তাপ ( Heat)
ঘ) বিদ্যুত (Current)

উত্তৰঃ- খ) ধ্বনি (Sound)

২) তলৰ কোনটো এচিড ভিটামিন C ভৰ্তি থাকে?

ক) Citric Acid
খ) Ascorbic Acid
গ) Lactic acid
ঘ) Folic acid

উত্তৰঃ- খ) Ascorbic Acid

৩) ধাতু আৰু অধাতুৰ মাজত হোৱা বান্ধনিক কোৱা হয়-

ক) আয়নীয় বান্ধনী
খ) সহযোজী বান্ধনী
গ) ক আৰু খ
ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ-- ক) আয়নীয় বান্ধনী

৪) তলৰ কোনটো মৌল সকলো এচিডত পোৱা যায়--

ক) H
খ) S
গ) O
ঘ) N

উত্তৰঃ-- ক) H

৫) ক্ৰমবিকাশৰ সূত্ৰটো (Theory of Evolution) কোনে দাঙি ধৰিছিল?

ক) Gregor mendel
খ) Charles Darwin
গ) Albert Einstein
ঘ) Isac Newton

উত্তৰঃ-- খ) Charles Darwin

For Mathematics paper Click here


৬) ভিটামিন B1 ৰ ৰাসায়নিক নাম কি?

ক) Retinol
খ) Thiamie
গ) Riboflabin
ঘ) Niacin

উত্তৰঃ-- খ) Thiamie

৭) Xeropethamia ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় --

ক) Vitamin A
খ) Vitamin B
গ) Vitamin C
ঘ) Vitamin D

উত্তৰঃ-- ক) Vitamin A

৮) সূৰ্য্যৰ বগা পোহৰে প্ৰিজমৰ মাজেৰে পাৰ হ'লে তলৰ কোনটো ৰং বেছি বিচ্যুতি (Deviation) হয়--

ক) হালধীয়া
খ) ৰঙা
গ) বেঙুনীয়া
ঘ) ঘননীলা

উত্তৰঃ-- গ) বেঙুনীয়া

৯) নিউটনৰ কোনটো সূত্ৰক "জড়তাৰ সূত্ৰ" বুলি কোৱা হয়--

ক) নিউটনৰ প্ৰথম গতি সূত্ৰ
খ)  নিউটনৰ দ্বিতীয় গতি সূত্ৰ
গ) নিউটনৰ তৃতীয় গতি সূত্ৰ
ঘ) মাধ্যাকৰ্ষণৰ সূত্ৰ

উত্তৰঃ--  ক) নিউটনৰ প্ৰথম গতি সূত্ৰ

১০) মানুহৰ তেজৰ PH ৰ মাত্ৰা কিমান?

ক) 7.4
খ) 8.3
গ) 6.8
ঘ) 7.7

উত্তৰঃ-- ক) 7.4

Assam TET questions answer Click here

১২) তলৰ কোনটো হেল'জেন ( Helogen) বৰ্গৰ মৌল  নহয়--

ক) F
খ) Fe
গ) Cl
ঘ) Br

উত্তৰঃ-- খ) Fe

১৩) সমতল দাপোনৰ প্ৰতিবিম্ব--

ক) সৎ আৰু থিয়
খ) অসৎ আৰু ওলোটা
গ) অসৎ, থিয় আৰু পাৰ্শীয়ভাৱে ওলোটা
ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ-- গ)  অসৎ, থিয় আৰু পাৰ্শীয়ভাৱে ওলোটা

১৪) ওমৰ সূত্ৰই নিৰ্ণয় কৰে--

ক) পৰিবাহী প্ৰবাহ
খ) বিভব ভেদ
গ) ক আৰু খ
ঘ) এটাও নহয়

উত্তৰঃ-- গ) ক আৰু খ

১৫) প্ৰতি চেকেণ্ডত হোৱা দোলনৰ সংখ্যাক জোখ কৰে--

ক) Metre
খ) Decibel
গ) Second
ঘ) Hertz

উত্তৰঃ-- ঘ) Hertz

১৬) তলৰ কোনটো Contact Force (সম্পৰ্ক বল)---

ক) Gravitational Force
খ) Magnetic Force
গ) Electronic Force
ঘ) Force of Friction

উত্তৰঃ-- ঘ) Force of Friction

১৭) দেহত কিহৰ অভাৱ হ'লে এনিমিয়া (Anaemia) ৰোগ নহয়--

ক) P
খ) I
গ) K
ঘ) Fe

উত্তৰঃ-- ঘ) Fe

১৮) তলৰ কোনটো অমিল--

ক) মেটেকা
খ) আলু
গ) আদা
ঘ) আম

উত্তৰঃ-- ঘ) আম

১৯) Texonomy ৰ জনক কোন?

ক) Carolus Linnaeus
খ) R.H.Whittaker
গ) Mendelieve
ঘ) Gregor Mendel

উত্তৰঃ--  ক) Carolus Linnaeus

২০) আপেক্ষিকতাবাদৰ সূত্ৰটো কি--

ক) F=Gm1m2/r2
খ) V=IR
গ) E=mc2
ঘ) dv/dt=a

উত্তৰঃ-- গ) E=mc2

সংগ্ৰহ::-- বিভিন্ন মাধ্যম

See more Click here

Sunday, October 13, 2019

Assam TET 2019 questions answer see 👇👇


Assam TET ৰ বাবে প্ৰয়োজনীয় কিছুমান প্ৰশ্ন উত্তৰ তলত দিয়া হৈছে::---- 👇👇

1. আধুনিক শিশু-কেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল –

A. পাৰ্চিনান
B. ৰুচো
C. প্লেটো
D. পেষ্টালজি

Ans. B

2. বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল –

A. ১৯৩৬ চনত
B. ১৯৩৮ চনত
C. ১৯৩৫চনত
D. ১৯৩৭ চনত

Ans. D

3. পোন প্ৰথমতে প্ৰাক-প্ৰথমিক শিক্ষানুষ্ঠান স্থাপন হৈছি ব্ৰেকেনবাৰ্গ চহৰত –

A. ১৮৩৭ চনত
B. ১৮৩৫চনত
C. ১৮২৭ চনত
D. ১৮৪৭ চনত

Ans. A

4. নৱজাত শিশুৰ প্ৰতিটো ক্ৰিয়া আৰু আচৰণেই হ’ল –

A. মানসিক প্ৰয়োজনমুখী
B. দৈহিক প্ৰয়োজনমুখী
C. আৱেগিক প্ৰয়োজনমূখী
D. নৈতিক প্ৰয়োজনমুখী

Ans. B

5. লেটিন শব্দ “Persona” অৰ্থ হ’ল –

A. ভাওৰীয়াৰ মুখা
B. জোকাৰৰ মুখা
C. নাট্যকাৰ মুখা
D. নৃত্যশিল্পিৰ মুখা

Ans. A

6. অসম প্ৰাথমিক শিক্ষাৰ আইন খন প্ৰণয়ন কৰা হৈছিল –

A. ১৯১৬চনত
B. ১৯২০ চনত
C. ১৯২৪ চনত
D. ১৯২৬ চনত

Ans. D

7. শিক্ষাৰ অধিকাৰ আইন ২০০৯খন ভাৰতত বলবৎ হৈছিল –

A. ২০১০ চনৰ ৩১ মাৰ্চত
B. ২০০৯চনৰ ১ এপ্ৰিলত
C. ২০১০ চনৰ ১ এপ্ৰিলত
D. ২০০৯ চনৰ ৩১ মাৰ্চত

Ans. B

8. দেশৰ দুখীয়া, পিছপৰা আৰু অনুন্নত শ্ৰেণীৰ শিশুৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি দেশৰ গ্ৰামাঞ্চলত স্থাপন স্কুলবিধ হ’ল –

A. ফুলবাড়ী
B. অংগনৱাড়ী
C. বালবাড়ী
D. আমাৰ পঢ়াশালি

Ans. C

9.শৈশৱকালত শিশুৱে অত্যাধিক কল্পনাৰ গ্ৰাসত পৰাটো –

A. হতাশাজনক
B. ক্ষতিকাৰক
C. লাভজনক
D.উৎসাহজনক

Ans. B


See more:: Click here



Assam TET Mathematics solved questions answer Part-1

Assam TET Mathematics questions answer 👇👇👇
   

             


১) তলৰ কোনটো অপৰিমেয় সংখ্যা-
A.7√3
B. 1/11
C. 3/7
D. 1/21

Ans. A


২) তলৰ কোনটো উক্তি শুদ্ধ –

A) সকলো পূৰ্ণ সংখ্যাই যৌগিক সংখ্যা
B) ১ তকৈ ডাঙৰ আৰু মৌলিক সংখ্যাবোৰক বাদ দি পোৱা সংখ্যাবোৰে যৌগিক সংখ্যা
C) ওপৰৰ এটাও শুদ্ধ নহয়
D) সকলো স্বাভাৱিক সংখ্যাই যৌগিক সংখ্যা

Ans.B

৩) 6/24   ৰ সমতূল্য ভগ্নাংশ কোনটো –

A.  1/4      B.   30/44          C.  24/100       D. 24/6

 Ans. A

৪) তলৰ কোনটো সংখ্যাক এটা ত্ৰিভুজ হিচাপে দেখুৱাব পাৰি –

A) ৫
B) ২
C) ৩
D) ০

Ans. C

৫) আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো হ’ল –

A) ২
B) ১
C) ৩
D) ০

Ans. B

৬) তলৰ কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই –

A) ১
B) ৪
C) ২
D) 0

Ans. D

৭) X সংখ্যাটো মৌলিক সংখ্যা বুলি কোৱা হয়, যদি

A) X= 1 আৰু Xৰ উৎপাদক 1 আৰু X নিজে
B) X< 1 আৰু Xৰ উৎপাদক 1 আৰু X নিজে
C) X>=1 আৰু Xৰ উৎপাদক 1 আৰু X নিজে
D) X>1 আৰু Xৰ উৎপাদক 1 আৰু X নিজে

Ans. D

৮) 752−252  ?

A) 5025
B) 5000
C) 4775
D) 5225

Ans. B

৯) ৩৫ আৰু ৩৬ৰ গঃসাঃউঃ হ’ব –

A) ৩৫
B) ৩৬
C) ১
D) ১২৬০

Ans. C

See more:: Click here



Saturday, September 21, 2019

Questions for TET ASSAM Assamese paper

অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ প্ৰশ্নোত্তৰ:



১)প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

উত্তৰ: বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

২)প্ৰাকৃত ভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

৩)আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায়?


উত্তৰ: অশোকৰ শিলালিপিত।

৪)অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

উত্তৰ: আৰ্য।

৫)অসমীয়া ভাষাই ৰূপ পায় কেতিয়া?

উত্তৰ: দশম-একাদশ শতিকাত।

৬)অসমীয়া ভাষাত প্ৰভাব পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

উত্তৰ: তিব্বত বৰ্মী।

৭)আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?

উত্তৰ: নৰকাসুৰ।

৮)অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন?

উত্তৰ: নৰকাসুৰ।

৯)ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

১০)মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল-

উত্তৰ: পালি ভাষা।

১১)অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি?

উত্তৰ: কীতিলতা।

১২)সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়?

উত্তৰ: চৰ্যাপদ।

১৩)প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা?

উত্তৰ: চাৰিটা।

১৪)তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।

উত্তৰ: বুৰঞ্জীৰ পৰা।

১৫)কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?

উত্তৰ: দশম শতিকাত।

১৬)কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?

উত্তৰ: বিহাৰৰ পূৰ্ণিয়া জিলা।


১৭)উপভাষা কাক বোলে?

উত্তৰ: ভাষাৰ আঞ্চলিক ৰূপক।

১৮)ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এট উপাদান হ’ল-

উত্তৰ: যাতায়তৰ সুবিধা।


১৯)মান্য ভাষাৰ সৃষ্টি হয়-

উত্তৰ: উপভাষাৰ পৰা।

২০)উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্যভাষা হ’ল-

উত্তৰ: অসমীয়া।

২১) উপভাষা এটাই মান্য ভাষাৰ স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ’ল-

উত্তৰ: বাতৰি কাকত।

২২)সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

উত্তৰ: অসমীয়া।

২৩)শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপ।

২৪)অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

উত্তৰ: কামৰূপী।

২৫)আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

উত্তৰ: শিৱসাগৰ।

২৬) কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

উত্তৰ: সোতৰ শতিকাৰ পিছত।

২৭)প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা?

উত্তৰ: চাৰিটা।

২৮)প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা

উত্তৰ: পশ্চিম বংগৰ উপভাষা।

২৯)অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন?

উত্তৰ: হিউৱেনচাং।

৩০)চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

উত্তৰ: ধ্বনিতত্ত্ব।

৩১)চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ’ল-

উত্তৰ: মোলান।

৩২)মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰ: ৰামায়ণ।

৩৩)অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি?

উত্তৰ: কৃষ্ণ কীৰ্ত্তন।

৩৪)মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যিৰ উল্লেখযোগ্য নিদৰ্শন কি?

উত্তৰ: বুৰঞ্জী সাহিত্য।

৩৫)বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপী উপভাষা।


More info subscribed or follow this blog

Thursday, September 19, 2019

Assam TET Syllabus 2019: Exam Pattern, Syllabus, Validity & Qualifying Marks

Advertisement
Government of Assam has released the notification for most awaiting Teacher Eligibility Test (TET)-2019 for Lower Primary and Upper Primary level for the state of Assam. 

Assam-TET-Syllabus-2019

In this article, we will discuss about examination pattern as well as syllabus of Assam TET 2019.

Structure of Assam TET 2019:

The Paper I will be for a person who intends to be a teacher for Lower Primary level (classes I to V)

Paper I (for classes I to V): 


Structure and Content (All Compulsory)

(i) Child Development & Pedagogy (compulsory)
Number of Questions: 30 MCQs
Marks: 30 Marks

(ii) Language I – Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Nepali, Karbi, Hmar (compulsory-any one)
Number of Questions: 30 MCQs
Marks: 30 Marks

(iii) Language II – English(compulsory)
Number of Questions: 30 MCQs
Marks: 30 Marks

(iv) Mathematics
Number of Questions: 30 MCQs
Marks: 30 Marks

(v) Environmental Studies

Number of Questions: 30 MCQs
Marks: 30 Marks

* All(150) questions will be of MCQ type; each question will carry 1 mark.

The Paper II will be for a person who intends to be a teacher for Upper Primary level (classes VI to VIII).

Paper II –Mathematics & Science or Social Science (Studies) (for class VI to VIII):

(i) Child Development & Pedagogy (compulsory)
Number of Questions: 30 MCQs
Marks: 30 Marks

(ii) Language I – Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Nepali, Karbi, Hmar (compulsory-any one)
Number of Questions: 30 MCQs
Marks: 30 Marks

(iii) Language II –English (compulsory)
Number of Questions: 30 MCQs
Marks: 30 Marks

(iv)
(a) For Mathematics and Science teacher : Mathematics and Science
 Or
Number of Questions: 60 MCQs
Marks: 60 Marks

(iv)
(b) For Social Studies teacher : Social Studies
 Or
Number of Questions: 60 MCQs
Marks: 60 Marks

(iv) (c) For any other teacher – either iv (a) Or iv (b)


* All(150) questions will be of MCQ type; each question will carry 1 mark.

Duration of examination:

2 1/2 hours (150 Minutes) for Paper-I and 2 ½ hours (150 Minutes) for Paper II. Additional 20 minutes’ time (per hour) will be there for visually impaired candidates.

Minimum Marks for qualifying in TET:


A candidate is required to score 60 % i.e. 90 marks out of 150 to qualify the Teachers’ Eligibility Test (TET). However, for SC/ST (Hills)/ST (Plain)/OBC/MOBC/PWD (PH), there will be relaxation of 5 %. Thus, for these candidates, qualifying marks will be 83 out of 150 i.e. 55 %

* There will be no negative marking.


Medium of question paper:

Assamese, Bengali, Bodo, Hindi, English

Validity:


The validity of the Mark sheet cum Certificate of TET shall be for 7 (seven) years from the date of issue of the certificate by the Empowered Committee, TET, Govt. of Assam.

Validity:


The validity of the Mark sheet cum Certificate of TET shall be for 7 (seven) years from the date of issue of the certificate by the Empowered Committee, TET, Govt. of Assam.

Important Points: 


* The Test will be only for Paper-I (Lower Primary) and Paper –II (Upper Primary).
* Candidates who intend to appear in both the papers i.e. Paper I and Paper II will have to pay the fee for both the papers separately and will have to submit separate Online Application.
* There will be no verification of documents in support of qualification etc. of candidates while appearing in TET. However, documents of a TET qualified candidate will be verified during the time of teacher engagement process by the concerned authority. In case of submission of false information/claim regarding qualification etc. he/she will be criminally liable


Syllabus for Paper I


Tuesday, September 17, 2019

IMPORTANT NOTICE for TET Aplicant Update Your Application

Notice 

 Update your TET Application form who applied through "Persuing B.ed/D.el.ed" option from 19th September'19 to 27th September'19 by Application number and Password.  See details below image.👇👇



  Click here for Log in.

Friday, September 13, 2019

Materials of TET Assam 2019

Materials of TET ASSAM




বুৰঞ্জী তথ্য

প্রঃ অশোকৰ শিলালিপিবোৰ  কোন ভাষাত লিখা হৈছি ?·

উঃ প্ৰাকৃত ভাষাত।

প্রঃ গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল ?

উঃ পাটলিপুত্ৰ।

প্রঃ মগধ সাম্ৰাজ্যৰ প্রতিষ্ঠাতা  কোন ?

উঃ বিম্বিসাৰ।

প্রঃ শ্রেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০  মাজত।

প্রঃ প্রাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয় ?

উঃ সিন্ধু সভ্যতা।

প্রঃ মৌৰ্য সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে ?

উঃ খ্ৰীষ্টপূর্ব ৩২১ চনত ।

প্রঃ মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উঃ ৩২৭ খ্ৰীষ্টপূৰ্বত।

প্রঃ  চানক্যই ৰচনা কৰা বিখ্যাত গ্রন্থখনৰ নাম কি ?

উঃ অৰ্থশাস্ত্ৰ।

প্রঃ চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজনৰ নাম কি আছিল ?

উঃ মেগাস্থেনিচ।


প্রঃ কোনে সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল ?

উঃ উপগুপ্ত নামৰ এজন বৌদ্ধ সন্নাসীয়ে।

প্রঃ কোনে ‘শকাব্দ’ নামৰ চনৰ প্রচলন কৰিছিল ?

উঃ কণিষ্কই।

প্রঃ কণিষ্ক কোন বংশৰ লোক আছিল ?

উঃ কুষাণ বংশৰ।

প্রঃ গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ  ‘নেপোলিয়ন’ বুলি কোৱা হয় ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?

উঃ দ্বিতীয় চন্দ্ৰগুপ্ত।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয় ?

উঃ গুপ্ত যুগক।

প্রঃ কোনজন চীনা পৰিব্রাজক  হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল ?

উঃ হিউৱেন-চাং।

প্রঃ ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আবাসিক আন্তঃৰাষ্ট্রীয়  বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয় ?

উঃ নালন্দা বিশ্ববিদ্যালয়।

প্রঃ ভাৰতত কেতিয়া ‘বিক্ৰমী যুগ’ আৰম্ভ হয় ?

উঃ খ্ৰীষ্টপূৰ্ব ৫৮।

প্রঃ কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ৪৮৭।

প্রঃ কোনে ভাৰতত পাল বংশ প্রতিষ্ঠা কৰে ?

উঃ ৰজা গোপালে।

প্রঃ গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰত আক্ৰমণ কৰিছিল ?

উঃ  শূূণ জাতিয়ে।

প্রঃ গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি ?

উঃ অজন্তা গুহা চিত্ৰ।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ বুলি কোৱা হয় ?

উঃ  গুপ্তযুগক।

প্রঃ ভাৰতৰ প্রাচীনতম ৰাজবংশটোৰ নাম কি ?

উঃ মৌৰ্য বংশ।

প্রঃ গুপ্ত যুগত ভাৰতত কোন ধৰ্মই  প্ৰভাৱ বিস্তাৰ   কৰিছিল ?

উঃ হিন্দু ধৰ্ম।

প্রঃ কোনজন ভাৰত শাসকক ‘অমিত্ৰঘাত’ (শত্ৰুনিধক) আখ্যা দিয়া হৈছে ?

উঃ বিন্দুসাৰ।

প্রঃ মহেঞ্জোদাৰো ক’ত অৱস্থিত ?

উঃ পাকিস্থানৰ সিন্ধু প্ৰদেশত।


প্রঃ কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্রচলন হয় ?

উঃ গুপ্ত বংশ।

প্রঃ তৰাইনৰ প্রথম যুদ্ধ কিমান চনত হৈছিল ?

উঃ ১১৯১ খ্ৰীষ্টাব্দত।

প্রঃ তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?

উঃ ১১৯২ খ্রিষ্টাব্দত ।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল ?

উঃ চেলিউকছ।

প্রঃ বুদ্ধদেৱে সর্বপ্রথম  ধৰ্মোপদেশ ক’ত দিছিল ?

উঃ ‘সাৰনাথ’ নামে ঠাইত।

প্রঃ ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

প্রঃ কেতিয়া ভাৰতৰ ইতিহাসত মধ্য যুগ আৰম্ভ হোৱা বুলি কোৱা  হয় ?

উঃ ১২০৬ খ্ৰীষ্টাব্দত, কুতুবুদ্দিন আইবাকে দাস বংশ প্রতিষ্ঠা কৰাৰ লগে লগে।

প্রঃ ভাৰতত কোনে দাস বংশ প্রতিষ্ঠা কৰিছিল ?

উঃ কুতুবুদ্দিন আইবাকে।

প্রঃ কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা ৰাজবংশটোক কিয় ‘দাস’ বংশ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ এজন দাস আছিল বাবে  তেওঁ স্থাপন কৰা ৰাজবংশক ইতিহাসত ‘দাস বংশ’ বুলি কোৱা হয়।

প্রঃ কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল ?

উঃ ৪ বছৰ।

প্রঃ দাস বংশৰ কোনজন চুলতানক ‘লাখ বক্স’ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন আইবাকক ‘লাখবক্স’ বুলি কোৱা হৈছিল কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল।

প্রঃ ইতিহাস প্রসিদ্ধ ‘কুতুব মিনাৰ’ৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰে আৰু কোনে সমাপ্ত কৰে ?

উঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে ইলতুৎমিচে।

প্রঃ কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল ?

উঃ ইলতুৎমিছ কুতুবুদ্দিনৰ জোঁৱায়েক আছিল।

প্রঃ দাস বংশৰ শ্রেষ্ঠ  চুলতান (ৰজা) জন কোন আছিল ?

উঃ ইলতুৎমিছ।
প্রঃ কুতুবুদ্দিনৰ পিছত কোনে দিল্লীৰ সিংহাসনত  বহে ?

উঃ কুতুবুদ্দিনৰ পুত্ৰ আৰাম ছাহ।

প্রঃ দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি ?

উঃ ইলতুৎমিছ।

প্রঃ কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্রদান কৰিছিল ?

উঃ ইলতুৎমিছক ।

প্রঃ ভাৰতত কোনে সর্বপ্রথম ৰূপৰ আৰু তামৰ মুদ্ৰা প্রচলন কৰে ?

উঃ ইলতুৎমিছে।

প্রঃ সিন্ধু উপত্যকাৰ সভ্যতা ধবংশ হোৱাৰ প্রধান কাৰণ কি আছিল ?

উঃ বানপানী আৰু ধুমুহা।

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...