Saturday, October 19, 2019

Assam TET Pedagogy question answers

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ কিছু প্ৰশ্ন উত্তৰঃ


১) বিকাশ হ'ল-

উত্তৰঃ জীৱনজোৰা প্ৰক্ৰিয়া।

২) কৈশোৰ কালক শৈশৱ কালৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছিল-

উত্তৰঃ আৰ্ণেষ্ট জনাচ।

৩) অপসমাযোজনৰ এটা কাৰণ হ'ল-

উত্তৰঃ হতাশা আৰু সংঘাত।

৪) "Delinquency" শব্দটোৰ উৎপত্তি হৈছিল-

উত্তৰঃ লেটিন ভাষাৰ পৰা।

৫) অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল-

উত্তৰঃ আনুবংশীক,পৰিবেশীয়,ব্যক্তিগত।

Also read Click here for question answer

৬) মনোবিজ্ঞানী জেমছৰ মতে ব্যক্তিত্বৰ প্ৰধান শ্ৰেণী বিভাগ কেইটা?

উত্তৰঃ দুটা।

৭) ফৰাছী দাৰ্শনিক ৰুছোৰ মতে মানুহৰ বিকাশৰ স্তৰ কেইটা?

উত্তৰঃ চাৰিটা।

৮) অনুকৰণ পদ্ধতিক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ দুটা।

৯) অনুকৰণ পদ্ধতিৰ ভাগবোৰ কি কি?

উত্তৰঃ সজ্ঞান আৰু অজ্ঞান অনুকৰণ।

১০) শিক্ষণৰ ভিত্তি হ'ল-

উত্তৰঃ অভিৰোচন ।

See more Click here

Read more n more Here 👉

No comments:

Post a Comment