Monday, October 21, 2019

Assam TET Assamese paper questions answer

Assam TET Assamese paper question answer:


১) অসমীয়া ভাষাই কেতিয়া ৰূপ পায়?

ক) দশম একাদশ শতিকা
খ) সপ্তম শতিকা
গ) ঊনবিংশ শতিকা
ঘ) পঞ্চদশ শতিকা

উত্তৰঃ ক) দশম একাদশ শতিকা।

২) অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

ক) তিব্বত বৰ্মী
খ) অষ্ট্ৰিক
গ) আৰ্য
ঘ) অনাৰ্য

উত্তৰঃ আৰ্য।

৩) ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা?

ক) তিনিটা
খ) পাঁচটা
গ) দুটা
ঘ) এটা

উত্তৰঃ ক) তিনিটা।

৪) উক্তি কেই প্ৰকাৰৰ?

ক) দুই
খ) তিনি
গ) চাৰি
ঘ) এক

উত্তৰঃ ক) দুই।

৫) "বাট" শব্দই কাক বুজায়?

ক) জন্তুৰ পিয়াহ
খ) এবিধ বেমাৰ
গ) এবিধ কটাৰী
ঘ) বাহন

উত্তৰঃ ক) জন্তুৰ পিয়াহ।

Also read Click here

৬) প্ৰত্যক্ষ শব্দৰ ক্ৰিয়াপদ অতীত কালৰ হলে পৰোক্ষ উক্তিৰ ক্ৰিয়া পদ কোন কালৰ হোৱা দৰকাৰ?

ক) ভৱিষ্যত কাল
খ) বৰ্তমান কাল
গ) অতীত কাল
ঘ) যি কোনো কাল

উত্তৰঃ অতীত কাল।

৭) ক্লীৱলিংগক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ'ল-

ক) নাগিনী
খ) গোলাপী
গ) কাড়লী
ঘ) এটাও নহয়

উত্তৰঃ গ) কাড়লী।

৮) মাতৃভাষাত লিখা এখন নোবেল বঁটা লাভ কৰা গ্ৰন্থ হ'ল-

ক) সাবিত্ৰী
খ) গীতাঞ্জলি
গ) মৃত্যুঞ্জয়
ঘ) গোড়া

উত্তৰঃ খ) গীতাঞ্জলি।

For pedagogy Click here

৯) মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে?

ক) সৌন্দৰ্য্য বোধ
খ) ৰুচিবোধ
গ) ভাতৃত্ববোধ
ঘ) হীনমান্যতা বোধ

উত্তৰঃ খ) ৰুচিবোধ।

১০) সংস্কৃতিৰ এবিধ অংগ কি?

ক) দেশ 
খ) ভৌগোলিক সীমা
গ) শিক্ষা
ঘ) ভাষা

উত্তৰঃ ভাষা।

See more Click here

**সংগ্ৰহ বিভিন্ন মাধ্যম**


No comments:

Post a Comment