অসম টেট ২০১৯ ৰ উচ্চ প্ৰাথমিকৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
১) ডপ্লাৰ ইফেক্ট (Doppler Effect) কিহৰ লগত জড়িত?
ক) পোহৰ (Light)
খ) ধ্বনি (Sound)
গ) তাপ ( Heat)
ঘ) বিদ্যুত (Current)
উত্তৰঃ- খ) ধ্বনি (Sound)
২) তলৰ কোনটো এচিড ভিটামিন C ভৰ্তি থাকে?
ক) Citric Acid
খ) Ascorbic Acid
গ) Lactic acid
ঘ) Folic acid
উত্তৰঃ- খ) Ascorbic Acid
৩) ধাতু আৰু অধাতুৰ মাজত হোৱা বান্ধনিক কোৱা হয়-
ক) আয়নীয় বান্ধনী
খ) সহযোজী বান্ধনী
গ) ক আৰু খ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-- ক) আয়নীয় বান্ধনী
৪) তলৰ কোনটো মৌল সকলো এচিডত পোৱা যায়--
ক) H
খ) S
গ) O
ঘ) N
উত্তৰঃ-- ক) H
৫) ক্ৰমবিকাশৰ সূত্ৰটো (Theory of Evolution) কোনে দাঙি ধৰিছিল?
ক) Gregor mendel
খ) Charles Darwin
গ) Albert Einstein
ঘ) Isac Newton
উত্তৰঃ-- খ) Charles Darwin
For Mathematics paper Click here
৬) ভিটামিন B1 ৰ ৰাসায়নিক নাম কি?
ক) Retinol
খ) Thiamie
গ) Riboflabin
ঘ) Niacin
উত্তৰঃ-- খ) Thiamie
৭) Xeropethamia ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় --
ক) Vitamin A
খ) Vitamin B
গ) Vitamin C
ঘ) Vitamin D
উত্তৰঃ-- ক) Vitamin A
৮) সূৰ্য্যৰ বগা পোহৰে প্ৰিজমৰ মাজেৰে পাৰ হ'লে তলৰ কোনটো ৰং বেছি বিচ্যুতি (Deviation) হয়--
ক) হালধীয়া
খ) ৰঙা
গ) বেঙুনীয়া
ঘ) ঘননীলা
উত্তৰঃ-- গ) বেঙুনীয়া
৯) নিউটনৰ কোনটো সূত্ৰক "জড়তাৰ সূত্ৰ" বুলি কোৱা হয়--
ক) নিউটনৰ প্ৰথম গতি সূত্ৰ
খ) নিউটনৰ দ্বিতীয় গতি সূত্ৰ
গ) নিউটনৰ তৃতীয় গতি সূত্ৰ
ঘ) মাধ্যাকৰ্ষণৰ সূত্ৰ
উত্তৰঃ-- ক) নিউটনৰ প্ৰথম গতি সূত্ৰ
১০) মানুহৰ তেজৰ PH ৰ মাত্ৰা কিমান?
ক) 7.4
খ) 8.3
গ) 6.8
ঘ) 7.7
উত্তৰঃ-- ক) 7.4
Assam TET questions answer Click here
১২) তলৰ কোনটো হেল'জেন ( Helogen) বৰ্গৰ মৌল নহয়--
ক) F
খ) Fe
গ) Cl
ঘ) Br
উত্তৰঃ-- খ) Fe
১৩) সমতল দাপোনৰ প্ৰতিবিম্ব--
ক) সৎ আৰু থিয়
খ) অসৎ আৰু ওলোটা
গ) অসৎ, থিয় আৰু পাৰ্শীয়ভাৱে ওলোটা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-- গ) অসৎ, থিয় আৰু পাৰ্শীয়ভাৱে ওলোটা
১৪) ওমৰ সূত্ৰই নিৰ্ণয় কৰে--
ক) পৰিবাহী প্ৰবাহ
খ) বিভব ভেদ
গ) ক আৰু খ
ঘ) এটাও নহয়
উত্তৰঃ-- গ) ক আৰু খ
১৫) প্ৰতি চেকেণ্ডত হোৱা দোলনৰ সংখ্যাক জোখ কৰে--
ক) Metre
খ) Decibel
গ) Second
ঘ) Hertz
উত্তৰঃ-- ঘ) Hertz
১৬) তলৰ কোনটো Contact Force (সম্পৰ্ক বল)---
ক) Gravitational Force
খ) Magnetic Force
গ) Electronic Force
ঘ) Force of Friction
উত্তৰঃ-- ঘ) Force of Friction
১৭) দেহত কিহৰ অভাৱ হ'লে এনিমিয়া (Anaemia) ৰোগ নহয়--
ক) P
খ) I
গ) K
ঘ) Fe
উত্তৰঃ-- ঘ) Fe
১৮) তলৰ কোনটো অমিল--
ক) মেটেকা
খ) আলু
গ) আদা
ঘ) আম
উত্তৰঃ-- ঘ) আম
১৯) Texonomy ৰ জনক কোন?
ক) Carolus Linnaeus
খ) R.H.Whittaker
গ) Mendelieve
ঘ) Gregor Mendel
উত্তৰঃ-- ক) Carolus Linnaeus
২০) আপেক্ষিকতাবাদৰ সূত্ৰটো কি--
ক) F=Gm1m2/r2
খ) V=IR
গ) E=mc2
ঘ) dv/dt=a
উত্তৰঃ-- গ) E=mc2
সংগ্ৰহ::-- বিভিন্ন মাধ্যম
See more Click here
No comments:
Post a Comment