মঙলবাৰৰ পৰা অসমত ৫ দিনৰ বাবে লক ডাউন…
- মঙলবাৰৰ পৰা অসমত লক ডাউন।
- ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই সিদ্ধান্ত।
- ৫ দিনৰ বাবে সম্পূৰ্ণভাৱে বন্ধ ৰাখিব লাগিব দোকান-পোহাৰ।
- সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা।
- বে-চৰকাৰী কাৰ্যালয়সমূহো বন্ধ ৰখাৰ নিৰ্দেশ।
- ৰাজহুৱা পৰিবহণ আৰু বে চৰকাৰী কাৰ্যালয়সমূহো হ’ব বন্ধ।
- কোৰোনা ভাইৰাছৰ বাবে এই লক ডাউনৰ সিদ্ধান্ত।
Source social media